"টাৰ্মিনেল"
"টাৰ্মিনেল ডিছপ্লে’"
"কাৰ্ছৰ"
"খালী শাৰী"
"Linux টাৰ্মিনেল ইনষ্টল কৰক"
"Linux টাৰ্মিনেল লঞ্চ কৰিবলৈ, আপুনি নেটৱৰ্কত প্ৰায় %1$s ডেটা ডাউনল’ড কৰিব লাগিব।\nআপুনি আগবাঢ়িবনে?"
"কেৱল ৱাই-ফাই ব্যৱহাৰ কৰি ডাউনল’ড কৰক"
"ইনষ্টল কৰক"
"ইনষ্টল কৰি থকা হৈছে"
"নেটৱৰ্ক সম্পৰ্কীয় সমস্যাৰ বাবে ইনষ্টল কৰিব পৰা নগ’ল। আপোনাৰ সংযোগ পৰীক্ষা কৰি পুনৰ চেষ্টা কৰক।"
"Linux টাৰ্মিনেল ইনষ্টল কৰি থকা হৈছে"
"Linux টাৰ্মিনেল ইনষ্টলেশ্বন সম্পূৰ্ণ হোৱাৰ পাছত আৰম্ভ হ\'ব"
"নেটৱৰ্ক সম্পৰ্কীয় সমস্যাৰ বাবে ইনষ্টল কৰিব পৰা নগ’ল"
"ৱাই-ফাই উপলব্ধ নোহোৱাৰ কাৰণে ইনষ্টল কৰিব পৰা নগ’ল"
"ইনষ্টল কৰিব পৰা নগ’ল। অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক"
"ছেটিং"
"টাৰ্মিনেল সাজু কৰি থকা হৈছে"
"টাৰ্মিনেল বন্ধ কৰি থকা হৈছে"
"টাৰ্মিনেল ক্ৰেশ্ব হৈছে"
"ডিস্কৰ আকাৰ সলনি কৰক"
"ৰুট পাৰ্টিশ্বনৰ আকাৰ সলনি কৰক"
"ডিস্কৰ আকাৰ ছেট কৰা হৈছে"
"%1$s আৱণ্টন কৰা হৈছে"
"সৰ্বাধিক %1$s"
"বাতিল কৰক"
"প্ৰয়োগ কৰক"
"ডিস্কৰ আকাৰ সলনি কৰিবলৈ টাৰ্মিনেলটো ৰিষ্টাৰ্ট কৰা হ\'ব"
"নিশ্চিত কৰক"
"টাৰ্মিনেলটোৱে এটা নতুন প’ৰ্ট খুলিবলৈ অনুৰোধ কৰি আছে"
"প\'ৰ্ট অনুৰোধ কৰা হৈছে: %d"
"গ্ৰহণ কৰক"
"অস্বীকাৰ কৰক"
"পুনৰুদ্ধাৰ"
"পাৰ্টিশ্বন পুনৰুদ্ধাৰৰ বিকল্প"
"প্ৰাৰম্ভিক সংস্কৰণলৈ ৰিছেট কৰক"
"আটাইবোৰ ডেটা আঁতৰাওক"
"টাৰ্মিনেল ৰিছেট কৰক"
"ডেটাখিনি আঁতৰোৱা হ\'ব"
"ৰিছেট কৰক"
"বাতিল কৰক"
"/mnt/backupলৈ ডেটাৰ বেকআপ লওক"
"বেকআপ সম্পৰ্কীয় এটা আসোঁৱাহৰ বাবে পুনৰুদ্ধাৰ কৰিব পৰা নগ\'ল"
"পুনৰুদ্ধাৰ কৰিব পৰা নগ’ল"
"বেকআপৰ ডেটা আঁতৰাব পৰা নগ\'ল"
"বেকআপ লোৱা ডেটা আঁতৰাওক"
"/mnt/backup আঁতৰাওক"
"পুনৰুদ্ধাৰ কৰিব নোৱৰা আসোঁৱাহ"
"এটা আসোঁৱাহৰ পৰা পুনৰুদ্ধাৰ কৰিব পৰা নগ’ল।\nআপুনি টাৰ্মিনেলটো ৰিষ্টাৰ্ট কৰি চাব পাৰে বা পুনৰুদ্ধাৰৰ বিকল্পসমূহৰ মাজৰ পৰা এটা ব্যৱহাৰ কৰি চাব পাৰে।"
"আসোঁৱাহ ক’ড: %s"
"ছেটিং"
"টাৰ্মিনেলটো চলি আছে"
"টাৰ্মিনেল খুলিবলৈ ক্লিক কৰক"
"বন্ধ কৰক"
"VirGL সক্ষম কৰা আছে"